পেট্ৰ’লত জুই জুলিলে পানী ঢালি নুবাব নোৱাৰি কিয়?

উঃ জ্বলি থকা বস্তুৰ গেছৰ বাষ্ফ উচ্চ উষ্ণতাত অক্সিজেনৰ লগত মিলিত হ’লে জুই শিলা উৎপন্ন হয়। পেট্ৰ’ল উদ্বায়ী পদাৰ্থ, পানীতকৈ পাতল।পানীৰ পেট্ৰোলৰ বাষ্পৰ ঢাকি ৰাখিব নোৱাৰে। এই ক্ষেত্ৰত উত্তম উপায় হ’ল পেট্ৰোলৰ ভিজা ডাঠ কম্বল এখনেৰে ঢাকি ধৰা।