প্ৰঃ বৰ্তমানলৈকে সৰ্ববৃহৎ বিস্ফোৰণটো মানুহে কেতিয়া আৰু ক’ত ঘটাইছে?

উঃ ইং ৩০/১০/১৯৬১ তাৰিখে ৰুছ দেশৰ নোভা জেম্যাত।