বডোচা শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ দুটা শব্দৰ সংমিশ্ৰণত বডোচা শব্দটো হৈছে সেয়া হ’ল- বডো ভূমি আৰু ফিচা বা চা মানে সন্তান। অৰ্থাৎ ভূমিৰ সন্তান ।