ব’হাগ বিহুৰ সময়ত প্ৰধানকৈ কি খেল অনুষ্ঠিত হোৱাৰ পৰম্পৰা আছে ?

উত্তৰঃ কণী যুঁজ, শেন যুঁজ, কড়িখেল, ম’হ যুঁজ, বুল বুলি চৰাইৰ যুঁজ ।