বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে মেজি শব্দৰ উৎপত্তি কিদৰে হৈছে ?

উত্তৰঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে বড়ো ভাষাৰ শব্দ মাইজীৰ পৰাই মেজি শব্দৰ সৃষ্টি হৈছে ।