বিহুতলীত অসমীয়া নাচনীয়ে বিহু নাচিবলৈ কি কি অলংকাৰ ডিঙিত পৰিধান কৰে ?

উত্তৰঃ ঢোলবিৰি, গলপতা, চন্দ্ৰহাৰ, পোৱালমণি, সাতসৰী, দুগদুগী, গেজেৰা, মাদলি, জোনবিৰি আৰু কেৰুমণি পৰিধান কৰে ।