বিহুত বিশেষভাৱে তৈয়াৰ কৰা কি কি পিঠা অসমীয়া প্ৰিয় ?

উত্তৰঃ তেল পিঠা, ফেণী পিঠা, তিল পিঠা, সুতুলি পিঠা, জোন পিঠা, খোলাচপৰীয়া পিঠা, ভাত পিঠা, চুঙা পিঠা, টোপোলা পিঠা, লাও পিঠা, উৰহীয়া পিঠা, ভোকা পিঠা, ধোৱা পিঠা, টেকেলী পিঠা আদি ।