বিহু নৃত্য়-গীতৰ মঞ্চভিত্তিক প্ৰতিযোগিতা তথা বিহু সন্মিলন/বিহুতলীৰ প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা অসমত আৰম্ভ হৈছিল ?

উত্তৰঃ ষাঠিৰ দশকৰ মাজভাগৰ পৰা ।