বিহু নৃত্য় প্ৰদৰ্শন কৰাৰ উপৰি ‘বিহু-কুৱৰী’ প্ৰতিযোগিতাত নাচনীয়ে কি কি কৰা প্ৰয়োজন ?

উত্তৰঃ বিহুনাম গোৱা, টকা, গগণা, কাকৈ বজোৱা।