বীৰনাম বা থিয়নামৰ কোনে প্ৰচলন কৰিছিল ?

উত্তৰঃ প্ৰবাদ অনুসৰি দ্বাপৰ যুগত বলি ৰজাই দৈত্য়সকলক হৰিনাম গোৱাৰ বাবে বীৰনাম বা থিয়নামৰ প্ৰচলন কৰিছিল ।