বৈসাগুৰ সময়ত কি কি নিয়ম মানি চলা হয় ?

উত্তৰঃ বৈসাগু চলি থকা সময়ত বড়োসকলে সম্পত্তি কিনাবেচা নকৰে, ভঁৰাল ঘৰত প্ৰবেশ নকৰে আদি নিয়ম মানি চলে ।