ভঠেলি উৎসৱৰ পৰম্পৰা কি ?

উত্তৰঃ এই উৎসৱত বাঁহত কাপোৰ মেৰিয়াই দৰা-কইনা সজা হয় আৰু বাঁহ মাটিত পুতি তাৰ চৌদিশে নৃত্য়-গীত কৰা হয় ।