‘মাঘ বিহু’ত বনোৱা মাহ-কৰাই বহাগ বিহুত কিয় খোৱাৰ নিয়ম আছে ?

উত্তৰঃ দাঁত পোকে নাখাবলৈ আৰু দাঁত শক্তিশালি হ’বলৈ বুলি জনবিশ্বাস আছে বাবে খোৱাৰ নিয়ম আছে ।