‘মাঘ বিহু’ কেতিয়া পালন কৰা হয় ?

উত্তৰঃ পুহ-মাঘ মাহৰ দোমাহীৰ দিনা মাঘ বিহু পালন কৰা হয় ।