মিজোৰামৰ ৰঙালীৰ উৎসৱ চাপ্চাৰ কুট্ উৎসৱৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা নৃত্য়-গীত কি ?

উত্তৰঃ চাপচাৰ্ কুট্ উৎসৱত পৰিৱেশন কৰা নৃত্য়বিধ হৈছে ছেহ্ লাম ।