মেইটেই জনগোষ্ঠীৰ দুটা প্ৰধান ভাগ কি ?

উত্তৰঃ মেইটেই জনগোষ্ঠীৰ দুটা প্ৰধান ভাগ হ’ল ক্ৰমে হিন্দু মেইটেই আৰু মেইটেই ৰিভাইভেলিষ্ট ।