মেজি জ্বলোৱাৰ সময়ত অগ্নি দেৱতাক কি মন্ত্ৰ উচ্চাৰণ কৰি আৰাধনা কৰা হয় ?

উত্তৰঃ মেজি জ্বলোৱাৰ সময়ত অগ্নিদেৱতাক–

‘অগ্নি প্ৰজ্বলিতং বন্দে জাতবেদ হুতাশনং

সুবৰ্ণ বৰ্ণ জ্বলং জ্য়োতি ৰূপায়তে নমঃ ।।’ মন্ত্ৰ উচ্চাৰণ কৰি আৰাধনা কৰা হয় ।