মোউস্ত উৎসৱ কি উদ্দেশ্য় পালন কৰা হয় ?

উত্তৰঃ মোউস্ত উৎসৱ ধৰিত্ৰী দেৱীৰ উৰ্বৰতা বৃদ্ধিৰ বাবে পালন কৰা হয় ।