লালুং জনগোষ্ঠীৰ ডেকা-গাভৰুসকলে কেতিয়া উৰাল টনা গীত গায় ?

উত্তৰঃ বহুদিন ধৰি বৰষুণ নহ’লে লালুং জনগোষ্ঠীৰ ডেকা-গাভৰুসকলে ঘৰে ঘৰে গৈ উৰাল টানে আৰু চক্ৰাকাৰে ঘূৰি ঘূৰি উৰাল টনা গীত গায় ।