লা চেড্ গুহ্ লি চাইল’ন উৎসৱৰ প্ৰধান উদ্দেশ্য় কি ?

উত্তৰঃ এই উৎসৱৰ প্ৰধান উদ্দেশ্য় হৈছে সু-স্বাস্থ্য় আৰু সামাজিক সম্প্ৰীতি ৰক্ষা কৰা ।