লোকগীতৰ অন্তৰ্গত গীতসমূহ কি কি ?

উত্তৰঃ গীতসমূহ হ’ল ক্ৰমে অনুষ্ঠান সম্পৰ্কীয় লোকগীত, ধৰ্মীয় লোকগীত, কাহিনী গীত বা মালিতা আৰু অন্যান্য গীত ।