শংকৰদেৱৰ গীতসমূহক কেইটা আৰু কি কি ভাগত ভগোৱা হৈছে ?

উত্তৰঃ চাৰিটা ভাগত ভগোৱা হৈছে- বৰগীত, ভটিমা, টোটয় আৰু চপয় ।