সূৰ্যৰ পিছতেই পৃথিৱীৰ ওচৰত থকা তৰা (নক্ষত্ৰ) টোৰ নাম কি? আৰু পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব কিমান?

উঃ প্ৰক্সিমা চেন্টুৰী। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায়৪.২২ পোহৰ বছৰ।