সৈয়া কণী মানে কি ?

উত্তৰঃ মাঘবিহুৰ সময়ত কণীযুঁজত হাঁহ বা কুকুৰাৰ প্ৰথম কণীটো যুঁজৰ বাবে নিৰ্বাচন কৰা হয়। এই যুঁজত এজনে আনজনৰ হাতত থকা হাঁহ বা কুকুৰাৰ কণী আন এটা কণীৰে ভাঙিবলৈ চেষ্টা কৰে এনেদৰে বহুকেইটা কণী ভাঙিব পৰা টান কণীটোক সৈয়া কণী বুলি কোৱা হয়।