১।ভাৰতলৈ অহা দুটা আয গোষ্ঠী নাম লিখা ।

উওৰ = ভাৰতলৈ অহা দুটা আৰ্য গোষ্ঠী নাম হল আলপাইন আৰ্য আৰ বৈদ্ধিক আৰ্য।

২। আলপাইন সকলৰ কেতিয়া পোৱা গৈছিল।

উওৰ = আলপাইন সকলৰ সিন্ধু সভ্যতাৰ আগতে পোৱা গৈছিল।

৩। আৰ্যসকলৰ আদি বাসহান কত আছিল।

উওৰ = আৰ্যসকলৰ আদি বাসহান দক্ষিণ ৰাছিয়াৰ আছিল।

৪। আযসকলৰ কোনটো পথেৰে ভাৰতৰ প্ৰৱেশ কৰে।

উওৰ = আযসকলৰ উওৰ-পশ্চিম পথেৰে ভাৰতৰ প্ৰৱেশ কৰে।

৫। আযসকলৰ কোন সময়ছোৱা ভাৰতৰ প্ৰৱেশ কৰিছিল।

উওৰ = আযসকলৰ মহেঞ্জোদাৰো সভ্যতাৰ শেষৰ পৰা ঋক বৈদিক আযসকলৰ প্ৰৱেশ কৰাৰ মাজৰ সময়ছোৱা সিন্ধু সভ্যতা পামিৰৰ পৰা আলপাইনসকলৰ ভাৰতৰ প্ৰৱেশ কৰিছিল।

৬। আযসকলৰ কেইটামান বাহিৰা ভাষা নাম লিখা ।

উওৰ= আযসকলৰ কেইটামান বাহিৰা ভাষা নাম হল – বিহাৰী, উৰিয়া, বঙ্গালী ।

৭। আযসকলৰ আদি পূৰ্বপুৰষ কৰ আছিল।

উওৰ = আযকলসৰ আদি পূৰ্বপুৰষ মঙ্গোলিয়ানসকলৰ আছিল।

৮। আযসকলৰ কৰ পৰা কলৈ প্ৰব্ৰজন কৰিছিল ।

উওৰ = আইতেৰীয়া আৰ শতপথ ব্ৰাক্ষণত প্ৰাচীন অসমৰ পশ্চিম সীমা কৰতোৱা বাসদা নিৰাৰ পূবলৈ আৰ্যসকলৰ প্ৰব্ৰজন কৰিছিল।

৯। আযসকলৰ কৰ পৰ কলৈ সম্প্ৰসাৰিত হৈছিল।

উওৰ = আৰ্যসকলৰ আৰ্যসংস্কৃতি বাৰ্মা আৰ দক্ষিণ পূৱ এছিয়ালৈ সম্প্ৰসাৰিত হৈছিল।

১০। মিউজিয়াম বা যাদুঘৰ প্ৰব্ৰজন কাৰণ কি আছিল।

উওৰ = মিউজিয়াম বা যাদুঘৰ প্ৰব্ৰজন কাৰণ আছিল ই মানৱ জাতিৰ বৃহত প্ৰব্ৰজনৰ পথসমূহৰ এটা পথত আছিল।

.