ৰাভা জনগোষ্ঠীৰ লোকসকলে বায়ুখ উৎসৱত গোৱা গীতবোৰ কি ?

উত্তৰঃ মেওৱাটনাগীত, ছাখাৰ গীত, হুয়মাৰু গীত, ধওৱা গীত, নিৰমনি নিৰজুৰিৰ গীত, হেৰকাপেটাৰ গীত, নুখাৰেংকায় চায় গীত, নবইনী গীত আদি ।