ৱাংগালা মহোৎসৱৰ বাবে বিখ্য়াত মেঘালয়ৰ অঞ্চলটো কি ?

উত্তৰঃ গাৰো পাহাৰৰ তুৰাৰ সমীপৱৰ্তী আছাংগা গাঁওখনত এই মহোৎসৱ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় ।