অতি ঠান্ডাত পানীৰ পাইপ কিয় ফাটি যায়?

উঃ ঠাণ্ডাত পানী গোট মাৰি বৰফলৈ ৰূপান্তৰিক হয় আৰু আয়তন বাঢ়ি যায়।ফলত পানীৰ পাইপ ফাটি যায়।