অধিকংশ মাছ পানীৰ পৰা মাটিলৈ তুলি আনিলে মৰি থাকে কিয়?

উঃ মাছে স্থলভাগৰ অক্সিজেনক পৃথক কৰি গ্ৰহণ কৰি ল’ব নোৱাৰে বাবেই মৃত্যু মুখত পৰে।