অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত গীতসমূহ কি কি ?

উত্তৰঃ অনুষ্ঠানমূলক লোকগীতৰ ভিতৰত আইনাম, বিয়ানাম, বিহুগীত, মহহো গীত, হুচৰি গীত, ভেকুলী বিয়া নাম, অপেশ্বৰী সবাহৰ নাম, লখিমী সবাহৰ গীত আদি অন্যতম ।