অপেশ্বৰা বা অপেশ্বৰী শব্দটো কি শব্দৰ পৰা সৃষ্টি হৈছে ?

উত্তৰঃ সংস্কৃত ভাষাৰ অপ্সৰ শব্দৰ পৰা। যাৰ অৰ্থ সূৰ্যৰ কিৰণৰ পৰা সৃষ্টি হোৱা বুজায়।