অসমত প্ৰথমে কোনে ৰাবণবধ ভাওনা পাতিছিল ?

উত্তৰঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাছাৰ আৰু মণিপুৰৰ ৰজা আহোম ৰাজসভালৈ অহাৰ সময়ত ৰাবণবধ ভাওনা পাতি তেওঁলোকক মনোৰঞ্জন যোগাইছিল ।