অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি মাঘৰ ১ তাৰিখে কি খোৱাৰ নিয়ম আছে ?

উত্তৰঃ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি মাঘ বিহুৰ ১ তাৰিখে পইতা ভাত খোৱাৰ নিয়ম। মাঘবিহুৰ ১ তাৰিখে পইতা ভাত খালে বছৰটোৰ বাবে শৰীৰত শক্তি পোৱা যায় বুলি জনবিশ্বাস আছে ।