অসমৰ ধৰ্মীয় লোক উৎসৱসমূহ কি কি ?

উত্তৰঃ অসমৰ ধৰ্মীয় লোক উৎসৱসমূহৰ ভিতৰত লখিমী সবাহ, আই সবাহ, ষাঁঠ বা অম্বুবাচী, গৰখীয়া সবাহ, বিভিন্ন পূজা-পাৰ্বন, পাচেতি, ভঠেলী, শিৱৰাত্ৰি, ভাওনা, বৰসবাহ, বাথৌ পূজা আদি অন্যতম ।