অসমৰ মঠ-মন্দিৰ,ঘৰদুৱাৰ আৰু ৰাজকাৰেং | Chapter 6 | Class 7 History Chapter 6 Question And Answer Jatiya Bidyalay | Class 7 History Chapter 6 Solution AJB |

অধ্যায়ঃ৬

অসমৰ মঠ-মন্দিৰ,ঘৰদুৱাৰ আৰু ৰাজকাৰেং

১। চমু উত্তৰ লিখা ।

ক ) অসমৰ জলবায়ু কেনে ধৰণৰ ?

উত্তৰঃঅসমৰ জলবায়ু সেমেকা আৰু নাতিশীতোষ্ঞ আছিল।

খ ) আহােম ৰাজত্ব কালত প্রজাৰ ঘৰৰ চালবােৰ কেনে আছিল ?

উত্তৰঃ আহােম ৰাজত্ব কালত প্রজাৰ ঘৰৰ চালবােৰ খেৰৰ আছিল ।

গ ) ৰজাক সাক্ষাতৰ বাবে থকা ঘৰটোক কি বােলে ?

উত্তৰঃ ৰজাক সাক্ষাতৰ বাবে থকা ঘৰটোক চোলোং বোলে।

ঘ ) অসমত পকী ঘৰ কেতিয়াৰপৰা সাজিবলৈ লৈছিল ?

উত্তৰঃ মুছলমান আৰু মোগলসকলৰ আগমণৰপৰা অসমত পকী ঘৰ সাজিবলৈ লৈছিল।

ঙ ) নৰক আৰু ভগদত্তৰ সমসাময়িক আন প্রাচীন অসমৰ আন এজন বিখ্যাত ৰজাৰ নাম লিখ ।

উত্তৰঃ নৰক আৰু ভগদত্তৰ সমসাময়িক প্ৰাচীন অসমৰ আন এজন বিখ্য়াত ৰজাৰ নাম হল-বাণ ৰজা ।

চ) তেজপুৰৰ দ – পৰ্বতীয়াৰ শিলৰ তােৰণৰ নির্মাণশৈলীত ভাৰতৰ ইতিহাসৰ কোন যুগৰ ভাস্কর্যশৈলীৰ সাদৃশ্য পােৱা যায় ?

উত্তৰঃ গুপ্তযুগৰ সাদৃশ্য পোৱা যায় ।

ছ) গুপ্তসম্রাট সমুদ্রগুপ্তই প্রাচীন কামৰূপ ৰাজ্যৰ কোন অঞ্চললৈকে ৰাজ্য বিস্তাৰ কৰিছিল ?

উত্তৰঃ অসমৰ সেই সময়ৰ কামৰূপ ৰাজ্যৰ নগাওঁ (বৰ্তমান নগাণৱৰ ডবকা) লৈকে ৰাজ্য বিস্তাৰ কৰিছিল ।

জ) পালসকলৰ ৰাজত্বকালৰ স্থাপত্য – ভাস্কৰ্যৰ এটা বিশেষ বৈশিষ্ট্য লিখা ।

উত্তৰঃ পালসকলৰ ৰাজত্বকালৰ স্থাপত্য়-ভাস্কৰ্যৰ এটা বিশেষ বৈশিষ্ট্য় হল-ইটা আৰু পোৰা মাটিৰ ব্য়ৱহাৰ।

ঝ) কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা স্থপতিবিদজনৰ নাম লিখা ।

উত্তৰঃ কামাখ্য়া মন্দিৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা স্থপতিবিদজনৰ নাম হল-মেঘামুকদুম।

২। আহােম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত নির্মিত দৌলসমূহৰ নাম লিখা ।

উত্তৰঃ

৩। বৰণী ফুলেশ্বৰীয়ে নির্মাণ কৰা দৌলসমূহৰ নাম লিখা ।

উত্তৰঃ

৪। ৰুদ্ৰ সিংহৰ ৰাজত্বকালত হােৱা স্থাপত্য – ভাস্কৰ্যৰ বিষয়ে লিখা ।

উত্তৰঃ

৫। শিৱ সিংহৰ ৰাজত্বকালত স্থাপত্য – ভাস্কৰ্যৰ ক্ষেত্ৰত কি কি উন্নতি হৈছিল লিখা ।

উত্তৰঃ

৬। আহােম যুগত দৌল – দেৱালত নির্মাণ কৰোঁতে কি কি বস্তু ব্যৱহাৰ কৰা হৈছিল লিখা ।

উত্তৰঃ

৭।আহােম যুগৰ ৰাজকাৰেঙৰ নির্মাণ প্রণালীৰ বিষয়ে লিখা ।

উত্তৰঃ

৮।অসমৰ ঘৰ – দুৱাৰ নির্মাণ ব্যৱস্থা কেনে ধৰণৰ আছিল চমুকৈ লিখা ।

উত্তৰঃ

৯। চিহাবুদ্দিন তালিচৰ বৰ্ণনাত অসমৰ ঘৰ – দুৱাৰৰ বৰ্ণনাটো কি আছিল লিখা ।

উত্তৰঃ

Type-Arup koch and Apurbra Kakati