অৰুণাচলৰ প্ৰধান জনগোষ্ঠীকেইটা কি ?

উত্তৰঃ অৰুণাচলৰ প্ৰধান জনগোষ্ঠীকেইটা হ’ল ক্ৰমে- মনপা, শ্বেৰডুক্পেন, খাম্তি, চিংফৌ, আদি , অকা, আপাটানি, মিচিমি, নিচি, মিকু নকটে, ৱানচু আদি ।