অৰুণাচলৰ ৱানচু সম্প্ৰদায়ৰ লোকসকলে পালন কৰা প্ৰধান উৎসৱ কি ?

উত্তৰঃ অৰুণাচলৰ ৱানচু সম্প্ৰদায়ৰ লোকসকলে পালন কৰা প্ৰধান উৎসৱ হৈছে অ’জিয়ালি।