আইনাম কাক বোলে ?

উত্তৰঃ দেৱী শীতলাক অসমৰ জনসাধাৰণে আদিম কালৰ পৰাই বিশ্বাস কৰি আহিছে। ঘৰত কাৰোবাৰ বৰ আই বা সৰু আই শীতলা দেৱীক সন্তুষ্ট কৰাৰ বাবে আইনাম গোৱা হয়। আইনামৰ এটা ৰূপ এনেধৰণৰ

আই মোৰ উজাই আহিল আইৰে সাত ভনী

বসন্তে বাৱ বলাই

আই মোৰ টেমাতে আনিছে জাতি চন্দনে

সবাকে দিছে বিলাই ।