আটাইতকৈ ক্ষুদ্ৰ মাছবিধৰ নাম কি?

উঃ পান্ডাকা পিগমিয়া; ইয়াৰ আকাৰ এটা পৰুৱাৰ সমান আৰু ই প্ৰায় স্বচ্ছ।