আমঙ মঙ উৎসৱৰ বিশেষত্ব কি ?

উত্তৰঃ এই উৎসৱত চান্থাম সম্প্ৰদায়ৰ ওৰে দিন উপবাস থকাৰ লগতে ঘৰচীয়া জীৱ-জন্তুসমূহকো লঘোণে ৰখা হয় ।