আহোম যুগত ব্য়ৱহৃত বিভিন্ন তৰোৱাল কি ?

উত্তৰঃ হেংদাং, তৰোৱাল, সোণীয়া হেংদাং, ৰুণীয়া হেংদাং, চন্দ্ৰহাঁস, দুমুখীয়া তৰোৱাল, দাখৰ আদি ।