উজনি অসমত ষাঁঠ বা অম্বুবাচীক কি বুলি কোৱা হয় ?

উত্তৰঃ উজনি অসমত ষাঁঠ বা অম্বুবাচীক হাত লগা বা হাত ভঙা বুলি কোৱা কয় ।