উদ্ভিদৰ পৰিপুষ্টি | Chapter 1 | Class 7 New Science Chapter 1 Question And Answer | Class 7 New Science Chapter 1 Solution AJB |

অধ্যায়ঃ১

উদ্ভিদৰ পৰিপুষ্টি

  1. খালী ঠাই পূৰ কৰা

i ) সালােকসংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক স্বপোষী পৰিপুষ্টি বোলে ।

ii ) ৰাফ্লেচিয়া এবিধ আন গছৰ শিপাত গজা পৰজীৱী ।

ii ) বেংচটা এবিধ মৃতজীৱি উদ্ভিদ ভেকুৰ ।

iv ) সালোকসংশ্লেষণত অক্সিজেন গেছ উৎপন্ন হয় ।

v ) কলচী উদ্ভিদ এবিধ পতংগভোজী উদ্ভিদ ।

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

i ) ৰ’দ মুকুতা এবিধ –

a ) স্বপােষী উদ্ভিদ b ) পৰজীৱী উদ্ভিদ c ) পতংগভােজী উদ্ভিদ d ) মৃতজীৱী উদ্ভিদ

উত্তৰঃ পতংগভােজী উদ্ভিদ।

ii ) মৃতজীৱী উদ্ভিদৰ উদাহৰণ হ’ল –

a ) কলচী উদ্ভিদ b) মট্ৰপা c ) ৰাফ্লেচিয়া d ) ৰ’দ মুকুতা

উত্তৰঃ মট্ৰপা।

iii ) পত্ৰহৰিতৰ বৰণ –

a ) ৰঙচুৱা b) সেউজীয়া c) মটীয়া d ) কলা

উত্তৰঃ সেউজীয়া।

iv ) সালােকসংশ্লেষণত উৎপন্ন হােৱা জৈৱ পদার্থ হল—

a ) প্রটিন b ) ভিটামিন c ) গ্লুক`জ d ) স্নেহপদার্থ

উত্তৰঃ গ্লুক’জ।

  1. চমুকৈ উত্তৰ লিখা ;

i ) স্বপােষী আৰু পৰপােষী জীৱৰ পার্থক্য লিখাঁ ।

উত্তৰঃ স্বপোষী জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় । আনহাতে পৰপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰশীল।

ii ) পাতক গছৰ ৰান্ধনি ঘৰ বুলি কিয় কোৱা হয় ?

উত্তৰঃ সূৰ্যৰ পোহৰত আৰু পত্ৰহৰিতৰ উপস্থিতিত পাতত কাৰ্বন ডাইঅক্সাইড আৰু পানীৰ পৰা শৰ্কৰা উৎপন্ন হয়; অৰ্থাৎ খাদ্য় প্ৰস্তুত হয়। এই প্ৰক্ৰিয়াক সালোকসংশ্লেষন বোলে। সেইকাৰণে পাতক গছৰ ৰান্ধনি ঘৰ বোলা হয়।

iii ) মৃতজীৱিতা কি ?

উত্তৰঃ যিবোৰ জীৱই আন মৃত, গেলা-পচা জীৱৰ ওপৰত গজি তাৰপৰা আহাৰ শোষন কৰে। এইবোৰে মৰা বস্তু পচাই তাৰপৰা ৰস আহৰন কৰে। এইবোৰক মৃতজীৱী বোলা হয়।

iv ) সালােকসংশ্লেষণৰ ৰাসায়নিক বিক্রিয়াটো লিখা ।

উত্তৰঃ

v ) সালােকসংশ্লেষণৰ কাৰকসমূহ উল্লেখ কৰা ।

উওৰঃ সালোকসংশ্লেষণৰ কাৰকসমূহ হলঃ সূৰ্য্য়ৰ পোহৰ, পত্ৰহৰিৎ, কাৰ্বন ডাইঅক্সাই আৰু পানী।

  1. উত্তৰ লিখা :

i) প্ৰাণী আৰু উদ্ভিদে কেনেকৈ খাদ্য় সংগ্ৰহ কৰে ?

উওৰঃ প্ৰাণীয়ে নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইবাবে প্ৰাণীয়ে আন প্ৰাণী আৰু উদ্ভিদৰ পৰা খাদ্য় সংগ্ৰহ কৰে।

উদ্ভিদে সূৰ্যৰ পোহৰ আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

ii ) সালােকসংশ্লেষণ প্রক্রিয়াটো চমুকৈ ব্যাখ্যা কৰাঁ ।

উত্তৰঃ

iii ) জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰসমূহ লিখা ।

উওৰঃ

iv ) পৰজীৱী হিচাপে আকাশীলতা উদ্ভিদৰ বিষয়ে লিখা ।

উওৰঃ

v ) পৰপােষী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখা ।

উওৰঃ