এবিধ মাছৰ জন্ম হয় সাগৰত; কিন্ত ই পুখুৰী, সৰোবৰ আদিতহে কটায়। মাছবিধৰ নাম কি?

উ : ইউৰোপিয়ান ঈল মাছ।