এল্জেইমাৰছ্ বা ডিমেন্চিয়া বেমাৰ কোনে আৱিস্কাৰ কৰে।এই ৰোগৰ প্ৰধান লক্ষণ কি?

উঃ ১৯০১ চনত জাৰ্মানীৰ মনোৰোগ বিশেষজ্ঞা এল’এচ এল্জেইমাৰে।এই বেমাৰৰ প্ৰধান লক্ষণ হল অলপতে হৈ যোৱা ঘটনাসমূহ পাহৰি যোৱা।