কাঠৰ খোলা সাজি তাত জন্তুৰ ছাল লগাই নিৰ্মাণ কৰা ঘাত যন্ত্ৰবোৰ কি ?

উত্তৰঃ ঢোল, মাদল, দবা, দমা, দামামা, কোহল, খোল, কাহাৰি, ডংকা, ডিণ্ডিম, দুন্দুভি, জয়ডংকা, নাগাৰা, মৃদংগ, পাখোৱাজ আদি।