‘কাতি বিহু’ত পথাৰত বন্তি প্ৰজ্বলন কৰাৰ উদ্দেশ্য় কি ?

উত্তৰঃ কাতিমাহত শস্য় পথাৰত শস্য়নাশী পোক-পতমগৰ পৰা শস্য়পথাৰক ৰক্ষা কৰিবলৈ বন্তি প্ৰজ্বলন কৰা হয় ।