কালী আৰু চানাই কিহেৰে তৈয়াৰ কৰা হয় ?

উত্তৰঃ কালী আৰু চানাই কাঠেৰে তৈয়াৰ কৰা হয় আৰু এই দুবিধ বাদ্য় ফু দি বজোৱা হয় ।