কাৰ্বিসকলে কোনগৰাকী ব্য়ক্তিৰ প্ৰচেষ্টাত যাযাবৰী জীৱন ত্য়াগ কৰি গাঁও প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ ৰূকাছেন নামৰ এজন আধ্য়াত্মিক পুৰুষে নংকুলাত এহাজাৰ ঘৰ পৰিয়ালক লৈ প্ৰথমে গাওঁ প্ৰতিষ্ঠা কৰিছিল ।