কাৰ্বিসকলে ৰংকেৰ উংসৱত কোন দেৱতাক পূজা কৰে ?

উত্তৰঃ প্ৰধান দেৱতা আৰ্নাম ফাৰাউ আৰু স্থানীয় দেৱতা থানা আৰ্নামক ।